Breaking

বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুব আলীৰ আকস্মিক বিয়োগ…

0 48

বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুব আলীৰ আকস্মিক বিয়োগ।


কৰ্মৰত অৱস্থাত বুকুৰ বিষত আক্ৰান্ত হৈ গুৱাহাটী নেমকেয়াৰ হাস্পতালত শেষ নিঃশ্বাস ত্যাগ।


দক্ষিন শালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ইয়াকুব আলীৰ আকস্মিক মৃত্যুই জোকাৰি গৈছে অঞ্চলবাসীক৷


হঠাতে বুকুত বিষ হোৱাত আৰক্ষী বিষয়াগৰাকীক প্ৰথমে বিলাসীপাৰা আৰু পিছত গুৱাহাটী নেমকেয়াৰ হস্পিতেলত ভৰ্তি কৰে৷


আজি পুৱা উক্ত চিকিৎসালয়তেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হয়৷

Leave A Reply