Breaking

১২ মাৰ্চৰ ভিতৰত ইলেক্টৰেল বণ্ডৰ সকলো তথ্য SBIক দাখিলৰ নিৰ্দেশ চুপ্ৰীম ক’ৰ্টৰ…

0 45

সোমবাৰে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড গোচৰত SBIৰ আবেদন খাৰিজ কৰে। এই সময়ছোৱাত উচ্চতম ন্যায়ালয়ে এছ বি আইৰ আবেদন নাকচ কৰাই নহয়।

২০২৪ চনৰ ১২ মাৰ্চৰ ভিতৰত যদি বেংকে সবিশেষ নিদিয়ে তেন্তে দেশৰ চুপ্ৰীম ক’ৰ্টে ইয়াৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলি কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

Leave A Reply