Breaking

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ! স্বামীয়ে ৩ টুকুৰাকৈ কাটিলে পত্নীক…

0 54

মহানগৰীৰ ফটাশিল থানাৰ অন্তৰ্গত ঢপলীয়াত নৃশংস হত্যাকাণ্ড।

পাষণ্ড স্বামী লক্ষ্মণ বিশ্বাসে সংঘটিত কৰে এই কাণ্ড। ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লক্ষ্মণ বিশ্বাসক।

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। স্বামীয়ে ৩ টুকুৰাকৈ কাটিলে পত্নীক। মহানগৰীৰ ফটাশিল থানাৰ অন্তৰ্গত ঢপলীয়াত নৃশংস হত্যাকাণ্ড।

Leave A Reply