May 15, 2024 নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি… Share FacebookXWhatsAppTelegramKooEmail নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা। Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026