দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস ! একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Sep 18, 2023 0 12 Share দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস। একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ। কজেং দৈমাৰী নামৰ লোকজনৰ গৃহৰ পৰা চুৰি। কৌশলেৰে লক ভাঙি বাইক লৈ উধাও চোৰ। CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। ঘটনাৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। ASSAMCRIME 0 12 Share