Breaking

নামৰূপ সাৰকাখানা বন্ধ কৰা সিদ্ধান্তক লৈ সৰৱ আছু, কেন্দ্ৰীয় সাৰ দপ্তৰ মন্ত্ৰীৰ পুত্তলিকা দাহ

0 73

নামৰূপ সাৰকাখানা বন্ধ কৰা সিদ্ধান্তকলৈ ৰাজ্যজুৰি প্ৰতিবাদ৷

নামৰূপ সাৰকাখানা বন্ধ কৰা সিদ্ধান্তকলৈ এইবাৰ সৰৱ হৈছে আছু৷

নামৰূপ সাৰকাখানা বন্ধ কৰা কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত আছুৰ নামৰূপ সমিতিয়ে দেওবাৰে সোণাৰি তিনি আলিত কেন্দ্ৰীয় সাৰ দপ্তৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে৷

লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে৷

Leave A Reply