Breaking

টোকাৰী গীতৰ সম্ৰাট, সংগীত নাটক অকাদেমী বঁটা বিজয়ী শিল্পী উমাকান্ত বৈৰাগীদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 32

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, “নিৰলস প্ৰচেষ্টাৰে অসমৰ লোক-সংস্কৃতিৰ পথাৰখন জীপাল কৰি যোৱা বিশিষ্ট শিল্পী উমাকান্ত বৈৰাগীদেৱৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ।

-আমাৰ পৰম্পৰাগত সংস্কৃতিৰ এক চানেকি টোকাৰী গীতৰ একান্ত সাধনা আৰু প্ৰসাৰেৰে তেখেতে অসংখ্যজনক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে।

-বৈৰাগীদেৱৰ পৰলোকগামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়াল আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!”

Leave A Reply