Breaking

সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

0 61

দেওবাৰে লাহোৱাল খনিকৰত হাই মাষ্ট ত্ৰিৰংগা উদ্বোধন কৰি সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

কেন্দ্ৰীয় মন্ত্ৰীৰ ৰামেশ্বৰ তেলীয়ে কয়, ’তেওঁলোকে আমাৰ প্ৰধানমন্ত্ৰী ভাষন নুশুনে ,তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভাত দিয়া ভাষণৰ ওপৰত প্ৰশংসা কৰা পৰিলক্ষিত হয়’।

ভাৰতৰ ইতিহাসত প্ৰধানমন্ত্ৰী গৰাকীয়ে লোকসভাত ভাষণ অন্য প্ৰধানমন্ত্ৰী ভাষণতকৈ ৰেকৰ্ড ভংগ কৰি ভাষণ প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমক জানিব দিয়ে।

Leave A Reply