Breaking

সমাগত লোকসভা নিৰ্বাচন ! কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ…

0 15

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত।

কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ। অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ।

কংগ্ৰেছৰ মুখপাত্ৰ পদতো আছিল গৌৰৱ বল্লভ।

Leave A Reply