Breaking

৩হাজাৰ পাচ শ টকাসহ ধনশিৰি বন সংমণ্ডলৰ বিট অফিচাৰ লাচিত বড়াক হাতে লোতে গ্ৰেপ্তাৰ

0 132

ওদালগুৰিত আজি পুনৰ এজন কৰ্মচাৰীয়ে হাত ডাঙিলে৷ ধনশিৰি বন সংমণ্ডলৰ বিট অফিচাৰ লাচিত বড়াক ৩হাজাৰ পাচ শ টকাসহ হাতে লোতে ধৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই৷

দীৰ্ঘ দিন ধৰি ধনশিৰি বন সংমণ্ডলৰ বিট অফিচাৰ গৰাকীয়ে বিভাগৰ কাম কাজ কৰিবলৈ বিভিন্ন জনক ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply