August 20, 2024 শৃংখল চলিহাৰ জয় ! অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে… Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে৷ দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ গৌৰৱ ছোমানীৰ৷ ১৮ আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছিল গোচৰ৷ গোচৰ প্ৰত্যাহাৰ নকৰিলে আলফা(স্বাঃ)ই কঠোৰ ব্যৱস্থা লোৱাৰ দিছিল ভাবুকি৷ Author: দৈনন্দিন বাৰ্তা Related Articles জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী দৈনন্দিন বাৰ্তা - May 4, 2026 নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয় দৈনন্দিন বাৰ্তা - May 4, 2026 দিছপুৰ, মধ্য গুৱাহাটী; নিউ গুৱাহাটী সমষ্টিত কোন আগবাঢ়ি আছে… দৈনন্দিন বাৰ্তা - May 4, 2026