Breaking

‘ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ মোদীয়ে ৰখাই দিছিল’ :ভৱেশ কলিতা…

0 17

‘ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ মোদীয়ে ৰখাই দিছিল’- ভৱেশ কলিতা ।

ৰঙিয়াত নিৰ্বাচনী ভাষণত এই উক্তি ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ ।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ভাৰতীয় ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰিবলৈ

যুদ্ধ বন্ধ কৰি দি ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰি আনিছিল মোদীয়ে এইদৰে মন্তব্য কৰে ৰাজ্যিক সভাপতি তথা বিধায়ক গৰাকীয়ে ।

Leave A Reply