Breaking

অসমৰ ৩০খন জিলাত বতৰ বিজ্ঞান বিভাগৰ Yellow Alert জাৰি…

0 55

অসমৰ ৩০খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert । দক্ষিণ শালমৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত
Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।


মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ,
শিৱসাগৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।


যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, হোজাই,পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ,
কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
Yellow Alert জাৰি কৰা জিলাসমূহত হ’ব ধাৰাসাৰ বৰষুণৰ লগতে আহিব পাৰে ধুমুহা।

Leave A Reply