Breaking

১০ হাজাৰ টকীয়া গছপুলিৰ ফ্ৰম পূৰাবলৈ গৈ প্ৰাণ গ’ল মহিলাৰ…

0 30

গহপুৰত পথ দুৰ্ঘটনা।

১০ হাজাৰ টকীয়া গছপুলিৰ ফ্ৰম পূৰাবলৈ আহি প্ৰাণ গ’ল মহিলাৰ ।

গহপুৰৰ ব্ৰহ্মাজানৰ মহেন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী মহিলা ৷

অচিনাক্ত বাহনৰ খুন্দাত নিহত তজ হাজৰিকা নামৰ মহিলাগৰাকীয়ে ১০ হাজাৰ টকীয়া গছপুলিৰ ফ্ৰম্ পূৰাবলৈ আহি অচিনাক্ত বাহনৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে ৷

চাৰিলেনযুক্ত পথ পাৰ হ’বলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা ৷ মহিলা গৰাকীৰ ঘৰ ব্ৰহ্মাজান বহমপুৰত ৷

Leave A Reply