Breaking

পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন ধ্বংস!

0 1,071

ৰাছিয়ান সেনাই ধ্বংস কৰিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেন খন আছিল ইউক্ৰেইনত।

পৃথিৱীৰ আটাইতকৈ এই ডাঙৰ প্লেন খনৰ নাম ‘ম্ৰিয়া’।

‘ম্ৰিয়া’ নাম পৃথিৱীৰ আটাইতকৈ আকাৰত ডাঙৰ প্লেন খন।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ সমীপতত ধ্বংস কৰে ৰুছ সেনাই।

Leave A Reply