মৰিয়নিৰ যুৱক বহি:ৰাজ্যত নিখোজ

বাঙ্গালোৰলৈ বুলি চাকৰি কৰিবলৈ গৈ আধা বাটতে নিখোজ হ’ল মৰিয়নি নকছাৰিৰ মাজগাঁৱৰ ৰোহিত ফুকন নামৰ ব্যক্তিজন ।৯আগষ্ট পুৱা ৯.০০বজালৈকে ব্যক্তিগৰাকীৰ পৰিয়াল বৰ্গৰ লগত ফোন যোগেৰে যোগাযোগ হৈ আছিল যদিও তাৰ পিছৰ পৰাই ৰোহিত ফুকনৰ লগত যোগাযোগ ব্যাহত হৈ পৰে।ইতিমধ্যে ব্যক্তিগৰাকীৰ পত্নীয়ে স্বামীক বিচাৰি আৰক্ষীৰ কাষ চাপিছে।


মৰিয়নিৰ পৰা কৃষ্ণ শৰ্মাৰ প্ৰতিবেদন

Related Articles