Breaking

জয়ানগৰত দিন-দুপৰতে পুনৰ ধন লুটৰ ঘটনা…

0 19

মহানগৰীত দিন-দুপৰতে পুনৰ ধন লুটৰ ঘটনা
জয়ানগৰত গাড়ীৰ গ্লাছ ভাঙি লৈ গ’ল নগদ ধন


টিংকু চলিহাৰ বাহন ভাঙি লৈ যায় ধন
নগদ ১০ হাজাৰ টকা আৰু গাড়ীৰ নথিপত্ৰ লৈ উধাও দুর্বৃত্ত


বাহনখন থৈ চাহ খাবলৈ যোৱাৰ সময়তে
সংঘটিত এই ঘটনা

Leave A Reply