Breaking

ঢেকীয়াজুলি সমষ্টিৰ তিনখুৰীয়া চাহ বাগিছাত ভাৰতীয় চাহ মজদুৰ সংঘৰ সংবাদমেল …

0 78

ঢেকীয়াজুলি সমষ্টিৰ তিনখুৰীয়া চাহ বাগিছাত আজি ভাৰতীয় চাহ মজদুৰ সংঘই এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ ভাৰতীয় চাহ মজদুৰ সংঘৰ ঢেকীয়াজুলি শাখা সমিতিৰ উদ্যোগত তিনখুৰীয়া চাহ বাগিছাত থকা ভাৰতীয় চাহ


মজদুৰ সংঘৰ অস্থায়ী কাৰ্যালয়ত উক্ত সংবাদমেল অনুষ্ঠিত কৰে৷চাহ বাগিছা অঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰণি আজি ভাৰতীয় চাহ

মজদুৰ সংঘৰ ঢেকীয়াজুলি শাখাৰ বিষয়ববীয়াই উক্ত সংবাদমেল অনুষ্ঠিত কৰে৷

ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

Leave A Reply