Breaking

মহানগৰীৰ খানাপাৰাত নিশা ট্ৰেইলাৰে মহটিয়াই নিলে ৪খনকৈ বাহন…

0 24

মহানগৰীৰ খানাপাৰাত নিশা পথ দুৰ্ঘটনা। ট্ৰেইলাৰে মহটিয়াই নিলে ৪খনকৈ বাহন।

কথমপি প্ৰাণ ৰক্ষা বাহনকেইখনৰ চালক, আৰোহীৰ। দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।

যান-বাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। যোৰাবাটৰ পৰা খানাপাৰা অভিমুখী আছিল ট্ৰেইলাৰখন।

Leave A Reply