Breaking

কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা…

0 37

বৰাকত আৰম্ভ ৰঙামাটিৰ ছিণ্ডিকেট।

কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা। পাহাৰ কাটি তহিলং কৰি ট্ৰাকে ট্ৰাকে মাটি সৰবৰাহ ভূ-মাফিয়াৰ।

ভূ-মাফিয়াৰ তাণ্ডৱত সংকটত বন্যপ্ৰাণী।

Leave A Reply