Breaking

ঈদ আৰু বিহুৰ বতৰলৈ মাজত মাত্ৰ কেইটামান দিন ! সাধাৰণ জনতাৰ ব্য়স্ততাৰ মাজত গুৱাহাটীত ৭ দিনত ১০০ৰো অধিক বাইক চুৰি…

0 30

গুৱাহাটীত ৭ দিনত ১০০ৰো অধিক বাইক চুৰি।ঈদ আৰু বিহুৰ বতৰলৈ মাজত মাত্ৰ কেইটামান দিন৷ সাধাৰণ জনতা এতিয়া ব্যস্ত বিহুৰ বজাৰ, ঈদৰ বজাৰত৷ ৰাজপথৰ কাষত বাইক পাৰ্কিং কৰি বজাৰলৈ যোৱা লোকৰ বাহনত এতিয়া চকু চক্ৰটোৰ।

আনকি আৰক্ষীৰ লোকো সাৰি যোৱা নাই এই চক্ৰটোৰ টাৰ্গেটৰ পৰা। প্ৰতিদিনে ১০ খনকৈও অধিক বাইক চুৰি হৈছে গুৱাহাটী মহানগৰীত। এটা সপ্তাহত ৫০ৰো অধিক বাইক চুৰি দিছপুৰ এলেকাত।

চোৰৰ টাৰ্গেট ৰয়েল এনফিল্ড, ডিউক, FZ, Activa বাহন। গুৱাহাটীত চোৰৰ হাতৰ পৰা সাৰি নগ’ল খোদ আৰক্ষী বিষয়াও।

Leave A Reply