Breaking

তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা উৎযাপন

0 105

২৮ ফেব্ৰুৱাৰী, ১ আৰু ২ মার্চত তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পছৰীয়াত শ্রী শ্রী লক্ষ্মী পূজা কৰা হ’ব উৎযাপন৷


আজি ডেকা, গাভৰু, বৃদ্ধ সকলোৱে মিলি বিশাল শোভাযাত্রাৰে লক্ষ্মীদেৱীক আদৰি আনি বেদিত প্ৰতিষ্ঠা কৰে।

এই অনুষ্ঠানত শ্রী ৰিণিকী ভূঞা শর্মা,(পৰিচালন সঞ্চালিকা, নিউজ লাইভ) আৰু শ্রী ৰঞ্জিত ভট্টাচার্য, (মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক)ৰাইজৰ লগত সমাদলত উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৃদ্ধি কৰে৷

Leave A Reply