Breaking

সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় স্থানান্তকৰণকলৈ কৰ্মী আৰু সহায়িকা সকলৰ মাজত হাহাকাৰ

0 64

মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ যাৱতীয় আচবাব পত্ৰ সা সামগ্ৰী আজি কোনো কৰ্মী সহায়িকাক অৱগত নকৰি আজি দিনৰ ১ বজাত কাৰ্যালয়ৰ গাননিক বিষয়া ৰণ্টু ঠাকুৰীয়া উপস্থিত কাৰ্যালয় খালী কৰে ।উল্লেখ্যযে কৰ্মী সহায়িকাক অৱগত নকৰি কাৰ্যলয় গৃহটি লাওভুৰুঙ্গা লৈ স্থানান্তৰিতৰ কৰে ।এতিয়া কাৰ্যালয় গৃহ সন্মূখত বিদ্যালয় ছুটি দি কৰ্মী আৰু সহায়িকা সকল আহি হতভম্ব হৈ পৰে ।কৰ্মী সকলৰ অভিযোগ মৰ্মে কাৰ্যালয় স্থানান্তৰিত,আচবাব সা সামগ্ৰী অন্য স্থানত নিয়া কোনো কথাই নাজানে ।

চৰকাৰী ভূমিত থকা কাৰ্যালয়টি কি কাৰণে লাওভুৰুংগালৈ লৈ গল তাকলৈ এতিয়া কৰ্মী সকল অস্বস্তি হৈ পৰিচে ।কাৰ্যালয়টি পুনৰ একে স্থানতে থাকিবলৈ দাবী জনায় কৰ্মী আৰু সহায়িকাসকলে।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলাম

Leave A Reply