Breaking

নগাৰ আগ্ৰাসনক লৈ পুনৰ উত্তপ্ত মৰিয়নিৰ নাগাজাংকাৰ সীমান্ত

0 85

মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দিচৈভেলী বনাঞ্চলত নগা দুবৃত্তৰ্ৰ সন্ত্ৰাস।

মৰিয়নি নাগাজাংকাৰ দিচৈভেলী বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি সন্ত্ৰাসৰ সৃষ্টি কৰিছে নগা দুবৃৰ্ত্তই।

অস্ত্ৰ শস্ত্ৰৰে সু-সজ্জিত নগাৰ দলটোৱে বৰ্তমানো অৱস্থান কৰি আছে দিচৈভেলীত।

সাংবাদিকক আক্ৰমণৰ বাবে ভাবুকি।

ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় বন বিভাগ প্ৰশাসনৰ লোক। শংকাত সীমান্তবাসী।

বৰ্তমানেও উত্তপ্ত মৰিয়নি সীমান্ত৷ যোৰহাটৰ পৰা শীৰ্ষ বিষয়া ঘটনা স্থানলৈ ৰাওনা৷

Leave A Reply