Breaking

সুখচৰৰ বেৰাভাঙা গাৱত দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য৷

0 1,820

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেৰাভাঙা গাৱঁৰ ইনামূল হকৰ দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷আজি  ইনামূল হকৰ  নামৰ ব্যক্তি জনৰ দুই কণমানি শিশু মৌছুমি বেগম (১০) নাজমুল হক (৭)ক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈছিল ইনামুল হকৰ ঘৰৰ ওচৰৰ এটা চৰত ৷ মৃত্যু শিশুৰ দুটাৰ বেৰাভাঙা গাওঁৰ শাহিদুৰৰ পুত্ৰ আলিউলে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে৷মৃত্যু শিশুৰ পৰিয়ালৰ লোকে উত্তেজিত হৈ অভিযোগ কাৰীৰ ঘৰত আক্ৰমণ কৰাৰ চেষ্টা চলায় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিতহৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।সম্প্ৰতি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হৈছে।

Leave A Reply