Breaking

নাজিৰাৰ ন-মাটিত চোৰৰ চাফাই অভিযান…

0 29

নাজিৰাত চোৰৰ চাফাই অভিযান।

নাজিৰাৰ ন-মাটি ভগনীয়া গাওঁৰ আজিজুৰ ৰহমানৰ ঘৰত যোৱাৰাতি মানুহ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।

আজিজুৰ ৰহমানে পৰিয়াল লৈ সন্ধিয়া ৬মান বজাত তেওঁৰ ভন্নীয়েকৰ অসুখৰ খবৰ লবলৈ দলবাগানলৈ যায় ।নিশা ১০:৩০মান বজাত ঘৰৰ পাই দেখে সন্মূখৰ দুখন দুৱৰা খোলা। ঘৰত মানুহ নথকাৰ সেই সময়তে চুৰে লৈ কেইবাটাও মূল্যবান আ-অলংকাৰ ।

চোৰে প্ৰায় ১০লক্ষ্যধিক টকা মূল্যৰ সম্পত্তি চুৰি কৰি লৈ যায় বুলি জানিবলৈ দিয়ে ।

আজিজুৰ ৰহমানে নাজিৰা আৰ্দশ আৰক্ষী থানাত খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply