Breaking

প্ৰধান শিক্ষকৰ চাইকেল চুৰি কৰি বিপদত চোৰ

0 76

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ ভেলাখাইটি ME মাদ্ৰাছাত চাইকেল চোৰৰ বিলৈ।


এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি অসমীয়াত কথা এষাৰি আছে।

এই কথাষাৰ যেন বাস্তৱত প্ৰতিফলিত হল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীত।

উল্লেখ্য যে পূৰ্বেও চাইকেল চুৰি কৰিছিল চোৰটোৱে৷ সোমবাৰে চাইকেল চুৰি কৰিবলৈ আহিছিল চোৰটো।

পিছে কপাল বেয়া আছিল চোৰৰ। স্থানীয় ৰাইজে ধৰি বান্ধি গটালে দৌলাশাল আৰক্ষীক৷

Leave A Reply