Breaking

নতুন ৰূপ পাব ঐতিহাসিক ৰংঘৰে।১২৪ কোটি টকাৰে নিৰ্মাণ হ’ব ৰংঘৰ প্ৰকল্প…

0 95

শিৱসাগৰত এইদৰেই নতুন ৰূপ পাব ঐতিহাসিক ৰংঘৰে | ১২৪ কোটি টকা ব্যয় সাপেক্ষে এইদৰে নতুন ৰূপ দিয়া হ’ব ৰংঘৰক‌ | ১২৪ কোটি টকাৰে নিৰ্মাণ হ’ব ৰংঘৰ প্ৰকল্প | ৰংঘৰ প্ৰকল্পৰ মূল কেন্দ্ৰ হ’ব ৰংঘৰ | নিৰ্মাণ হ’ব স্বৰ্গদেউ চ্যুকাফা, প্ৰমত্ত সিংহ আৰু ৰুদ্ৰ সিংহৰ প্ৰতিমূৰ্তি | প্ৰস্তাৱিত এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১২৪ কোটি টকা |

এই প্ৰকল্পৰ জৰিয়তে ৰংঘৰত নিৰ্মাণ কৰা হ’ব ৩ হাজাৰ লোক বহিব পৰাকৈ এম পি থিয়েটাৰ, থলুৱা শিপিনীসকলৰ উৎপাদিত বস্ত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিক্ৰী কেন্দ্ৰ, থলুৱা আহাৰৰ সৈতে থকাৰ সুব্যৱস্থা সমৃদ্ধ আৱাসস্থলী |

Leave A Reply