Breaking

এইবাৰ “ব্ৰহ্মচাৰী” হ’ব সুদক্ষ অভিনেতা উৎপল দাস কিন্তু ক’ত কেনেকৈ…

0 239

চলিত নাট্যবৰ্ষত জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ নাট ‘বিৰিখৰ বিৰিণা’ই ৰাজমুকুটৰ মঞ্চত আলোড়নৰ সৃষ্টি কৰাৰ সময়তে ২০২৩-২৪ নাট্যবৰ্ষৰ বাবে ৰাজমুকুটৰ আন এক ব্যয়বহুল প্ৰস্তুতি :

ৰাজদ্বীপ থিয়েটাৰত অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে ব্ৰহ্মচাৰী’ ৰূপত দৰ্শকৰ মন জয় কৰিবলৈ সাজু ।

Leave A Reply