Breaking

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম…

0 51

আজি এয়োদশী ঐতিসাহিক শিৱ মনন্দিৰত ভক্তৰ ভক্তি পৃৰ্ণ সমাগম। শিৱসাগৰত যোৱা ৪ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী মহা শিৱৰাএীৰ আজি এয়োদশীত ঐতিসাহিক শিৱ মনন্দিৰত জল অৰ্পণৰ কাৰনে পুৱা ৪ বজাৰ পৰা ভক্তৰ আগমন ঘটে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰোধিক ভক্তই সুশৃংগলিত ভাৱে শাৰীপাতি পৰ্যায় ক্ৰমে জল অৰ্পণ কৰে।

দেৱাদিদেৱ মহাদেৱৰ ধ্বনিৰে মন্দিৰ প্ৰাঙ্গণ মুখৰিত হৈ পৰে। নিজৰ লগতে পৰিয়াল আৰু দেশ তথা বিশ্ব শান্তুিৰ বাবে ভক্তপ্ৰাণ ৰাইজে আদিদেৱ মহাদেৱৰ পূজা অৰ্চনা আৰু জল অৰ্পণ কৰে । আজি সন্ধিয়া ৭ বজালৈকে জল অৰ্পণৰ পৰ্ব চলিব।

Leave A Reply