Breaking

কাৰ্বি আংলং জিলাৰ খটখটিত ব্ৰাউন চুগাৰসহ তিনিজনক আটক।

0 544

বোকাজান আৰক্ষী চকীৰ অধীনত আৰক্ষীয়ে নিষিদ্ধ যুক্ত ব্ৰাউন চুগাৰ সহ তিনিজনক লোকক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা ব্যক্তি কেইজন হৈছে ক্ৰমে-
১) মুহিবোৰ ৰহমান (23)
২) অবিদ হুচেইন (23)
৩) ইমদাদূৰ ৰহমান (23)
জানিব পৰা মতে তিনি সৰবৰাহকাৰী কেইজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নিবাসী । ডিমাপুৰ দিশৰ পৰা আহি থকা এখন নাম্বৰ বিহীন যাত্ৰীবাহী অটো ৰিক্সৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ব্ৰাউন চুগাৰখিনি । 5 টা বাকচত আনিছিল ব্ৰাউন চুগাৰ খিনি। ব্ৰাউন চুগাৰ খিনিৰ ওজন 62.55 গ্ৰাম বুলি জানিব পৰা গৈছে । জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্রায় 40 লাখৰো অধিক বুলি জানিব পৰা গৈছে ।

Leave A Reply