Breaking

কেৰালাৰ এৰ্নাকুলমত ৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ

0 90

কেৰালাৰ এৰ্নাকুলমত বোমা বিস্ফোৰণ।

৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ।
বিস্ফোৰণত মৃত্যু এজনৰ।


গুৰুতৰভাৱে আহত ২০ জনৰো অধিক লোক।
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।


খ্ৰীষ্ট ধৰ্মাৱলম্বীৰ প্ৰাৰ্থনা সভা চলি থকা অৱস্থাতে বিস্ফোৰণ।
বিস্ফোৰণৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্র আতংক।


বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত উপস্থিত NIAৰ দল।

Leave A Reply