Breaking

লাহৰীঘাটৰ তিনি ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

0 2,034

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ পৰা যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে আশ্বাদুল  ইছলাম  ( ২৭ ) ,জাহাঙ্গীৰ  আলম  ( ৩০ ) আৰু  নজৰুল ইছলাম  ( ২৭ ) নামৰ ব্যক্তি সকলক  আজি  ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ বিৰুদ্ধে 284/2021 U / S 22/ (a) 29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ পৰা ৫ টা ভৰ্তি  , এটা  অৰ্ধ ভৰ্তি  কন্টিনাৰ উদ্বাৰ কৰে । প্ৰণিধানযোগ্য যে  লাহৰীঘাট থানাৰ বৰ্তমান ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অদিত বঢ়ো নেতৃত্বত  এতিয়ালৈ বহু ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Leave A Reply