Breaking

লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক লাহোৱাল আৰক্ষীৰ…

0 33

নিশা লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক লাহোৱাল আৰক্ষীৰ

লাহোৱাল আৰক্ষীৰ গোপন সূত্ৰৰ পমক্ষেদি মোহনবাৰী হিন্দু গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক হাতেলোটৈ ৩,৯০ গ্ৰাম ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে

লাহোৱালৰ ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈ,অসীম হাজৰিকা মোহনবাৰী হাৰাবাৰী গাঁৱৰ, মনোৰঞ্জন গগৈ মিৰিপথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে।

উল্লেখ যে ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈয়ে তিনিবাৰকৈ ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জেল হাজোতলৈ গৈছিল

বৰ্তমান তিনিজনক লাহোৱাল আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে

Leave A Reply