Breaking

TMCৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ…

0 49

TMCৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ।

লোকসভাই বহিষ্কাৰ কৰিলে মহুৱা মৈত্ৰক।

লোকসভাত গৃহীত হ’ল সাংসদ পদ খাৰিজৰ প্ৰস্তাৱ।

এথিক্স কমিটীৰ প্ৰতিবেদনত এই সন্দৰ্ভত মঞ্জুৰি।

মহুৱা মৈত্ৰ লোকসভাত থকাৰ অযোগ্য বুলি মন্তব্য লোকসভাৰ অধ্যক্ষৰ।

অৱশ্যে ২০২৪ত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব মহুৱা মৈত্ৰই।

Leave A Reply