Breaking

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’ -লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ…

0 51

‘আজি বিজেপিৰ নেতাসকলে ভয় খাব নালাগে, মই আদানিৰ সন্দৰ্ভত মন্তব্য নকৰোঁ’।

লোকসভাত এই মন্তব্য ৰাহুল গান্ধীৰ। পূৰ্বে আদানি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে অধ্যক্ষক ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে।

লগতে সাংসদ পদ পুনৰ লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Leave A Reply