July 20, 2024 আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস… Share FacebookTwitterWhatsAppTelegramKooEmail আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস। প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় দবা খেল দিৱস পালন কৰা হয়। অসমতো দবা খেলৰ এক নতুন পৰিৱেশ গঢ়ি উঠিছে। আন্তঃৰাষ্ট্ৰীয় দবা খেলৰ শুভেচ্ছা জনালে অসম গণ পৰিষদ দলেও। Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026