Breaking

আজি ৰঘুনাথ চৌধাৰীৰ মৃত্যু বাৰ্ষিকী

0 738

পুষ্প-কাননত আছিল এজুপি 

ধুনীয়া শেৱালি ফুল, 

ধীৰ বতাহত হইছিল ধৰা 

গােন্ধতে আমােলমােল। 

ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ চৰাই আৰু প্ৰকৃতিক মূল বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়। চৌধাৰীৰ জন্ম হৈছিল বিখ্যাত কলিতা চৌধাৰী বংশত ১৮৭৯ চনত কামৰূপ জিলাৰ লাউপাৰা গাওঁত হৈছিল। বৰ্তমান লাউপাৰা গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে যদিও কিছু অংশ বৰ্তমানেও আছে।ৰোমাণ্টিক যুগৰ অন্যতম কবি ৰঘুনাথ চৌধাৰীদেৱ অসমীয়া সাহিত্যৰ এক স্মৰণীয় নাম। ৰোমাণ্টিক যুগৰ কবি, বিহগী কবি খ্যাত ৰঘুনাথ চৌধাৰী দেৱৰ আজি পৱিত্ৰ মৃত্যু বাৰ্ষিকীত ডিবি নিউজৰ ফালৰ পৰা শ্ৰদ্ধাৰে সুৱঁৰিছো।

Leave A Reply