Breaking

আজি ক্ৰিকেট বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেল। জাৰ্মান ফুটবলাৰ থমাছ মুলাৰৰ শুভেচ্ছা টিম ইণ্ডিয়ালৈ…

0 51

আজি ক্ৰিকেট বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেল।

আজি নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ছেমি ফাইনেল।

দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচ।

এখন ফাইনেলসদৃশ ছেমি ফাইনেল।

২ বজাৰ পৰা মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

বৰ্তমান আত্মবিশ্বাসী ৰূপত টীম ইণ্ডিয়া।

টছ হ’ব গুৰুত্বপূৰ্ণ।

যিটো দলে টছত জয়ী হ’ব তাৰেই হয়তো ভাগ্য উদয় হোৱাৰ সম্ভাৱনা।

জাৰ্মান ফুটবলাৰ থমাছ মুলাৰে ভাৰতৰ জাৰ্চি পিন্ধি টিম ইণ্ডিয়ালৈ জনালে শুভেচ্ছা।

Leave A Reply