Breaking

আজি বিৰাট কোহলিৰ ওপজা দিন। স্বামীৰ জন্মদিনত পত্নী অনুষ্কাৰ বিশেষ উপহাৰ…

0 54

আজি ৫ নৱেম্বৰ, আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন। অনুষ্কা শৰ্মাই তেওঁৰ বিশেষ দিনটোক আৰু অধিক বিশেষ কৰি তুলিছে। স্বামী বিৰাট কোহলীৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীয়ে আজি ৩৫তম জন্মদিন উদযাপন কৰিছে।

এই বিশেষ উপলক্ষে তেওঁৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ স্বামীক এক বিশেষ ভাবে জন্মদিনৰ শুভেচ্ছা জনাইছে। অনুষ্কাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, যিটো ভাইৰেল হৈ পৰিছে। এই পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে বিৰাটক বহুত প্ৰশংসা কৰিছে।

Leave A Reply