Breaking

আজি বিশ্ব ঘনচিৰিকা বা ঘৰচিৰিকা দিৱস…

0 14

ঘনচিৰিকা বা ঘৰচিৰিকা! এই অকণমানি এই চৰাইটি সাধাৰণতে চহৰাঞ্চলতকৈ গ্ৰাম্য অঞ্চলসমূহতহে বেছিকৈ দেখিবলৈ পোৱা গৈছিল৷ আজি বিশ্ব ঘৰচিৰিকা দিৱস। আজিৰ এই বিশেষ দিনটিত এই চৰাইবিধক প্ৰকৃততে ঘৰচিৰিকা নে ঘনচিৰিকা বুলি কয় সেই সন্দৰ্ভত ৰাইজৰ মতামত বিচাৰিলো।

আনহাতে বৰ্তমান সময়ত এই চৰাইবিধ খুব কমহে দেখা পোৱা যায়। গতিকে বৰ্তমান সময়ত এই চৰাইবিধক সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়।

Leave A Reply