দুখতে নহয়, সুখতো শুনা যায় সংগীত! আজি বিশ্ব সংগীত দিৱস…

মানসিক সু-স্বাস্থ্যৰ বাবে সংগীত এক মহৌষধ।

আজি বিশ্ব সংগীত দিৱস।

২১ জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব সংগীত দিৱস পালন কৰা হয়।

যিটো দিন কেৱল সংগীত জগতৰ মানুহৰ বাবেই নহয় সংগীতপ্ৰেমী সকলৰ বাবেও এক অতি বিশেষ দিন।

সংগীতৰ সাৰ্বজনীন ভাষাৰ জৰিয়তে মানুহক একত্ৰিত কৰাৰ লগতে সাংস্কৃতিক বিনিময়ক প্ৰসাৰিত কৰাৰ সুযোগ প্ৰদান কৰি সংগীতপ্ৰেমীসকলৰ বাবে বিশ্ব সংগীত দিৱস এক গুৰুত্বপূৰ্ণ দিন।

Related Articles