Breaking

আজি বিশ্ব গঁড় দিৱস…

0 562

আজি বিশ্ব গঁড় দিৱস। গঁড়ৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটো উদযাপণ কৰি আহিছে বিশ্ব গঁড় দিৱস হিচাপে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৫১ টালৈ বৃদ্ধি গঁড়ৰ পৰিমাণ৷

গঁড় দিৱসৰ লগত সংগতি ৰাখি বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, মানাহত বিশেষ অনুষ্ঠান৷

Leave A Reply