Breaking

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ…

0 23

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব

বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ।

৩ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সৰ্ববৃহৎ কেন্দ্ৰটো। য’ত উপলব্ধ হ’ব ইণ্টাৰনেশ্যনেল বেংকিং ব্যৱস্থা।

Leave A Reply