ৰাজ্যত প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি প্ৰথম দিন ৷ আজি প্ৰথম দিনটোতে ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে মনোনয়ন দাখিলৰ বাবে যাত্ৰা কৰে৷ প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈৰ ফটোত পুষ্পাঞ্জলি অৰ্পন কৰি যাত্ৰা আৰম্ভ কৰে ৷উল্লেখযোগ্য যে বিগত পাঁচটা বছৰ অসম গণ পৰিষদৰ বিধায়ীকা ৰেনুপমা ৰাজখোৱাৰ অধিনত থকা সমষ্টিটোত পুনৰ আজি কংগ্ৰেছ সমৰ্থক সকলৰ উৎসাহে অনাগত নিৰ্বাচনত যে সমষ্টিটোৰ ৰাজনৈতিক অংক জতিল কৰিব সেই কথা নিশ্চিত।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা