Breaking

সাক্ষাৎকাৰৰ সময়ত টম ক্ৰুজে কথা ক’লে হিন্দী ভাষাত!

0 63

শেহতীয়াকৈ ‘মিছন: ইম্পচিয়েল-ডেড ৰেকনিং পাৰ্ট ৱান’ৰ প্ৰচাৰৰ সময়ত দিয়া এক সাক্ষাৎকাৰত হলিউডৰ অভিনেতা টম ক্ৰুজক সোধা হৈছিল যে তেওঁ হিন্দী ভাষাত কথা ক’ব পাৰে নেকি?

অভিনেতাজনে উত্তৰ দিলে, “আপুনি যদি বিচাৰে মই আপোনাৰ লগত হিন্দীত কথা পাতিম। মই চেষ্টা কৰি চাওঁ।”

সাক্ষাৎকাৰ লোৱাজনে তেতিয়া তেওঁক ক’লে ‘নমস্তে, আপ কেইছে হায়?’৷

সাক্ষাৎকাৰ লোৱাজনে তেওঁক কোৱা শাৰীবোৰ ক্ৰুজে নিৰৱচ্ছিন্নভাৱে আওৰালে, যাৰ ফলত সমগ্ৰ ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰশংসা লাভ কৰে, চৰ্চা লাভ কৰে।

Leave A Reply