Breaking

বৰ্তমান সোণৰ দৰে মূল্যবান বিলাহী ! দুখন কাণত দুটা বিলাহী পিন্ধি ল’লে অভিনেত্ৰী উৰ্ফিয়ে…

0 100

বৰ্তমান সোণৰ দৰে মূল্যবান বিলাহী ! দুখন কাণত দুটা বিলাহী পিন্ধি ল’লে অভিনেত্ৰী উৰ্ফিয়ে। বৰ্তমান বজাৰত পাচলিৰ মূল্য বৃদ্দি পাইছে। তেনে পৰিস্থিতিৰ মাজতে উৰ্ফি জাভেদৰ এটা নতুন ভিডিঅ’ই ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টোত উৰ্ফি জাভেদক কেমেৰাৰ সন্মুখত বিলাহী খাই থকা দেখা গৈছে। ইয়াৰউপৰিও দুখন কানত দুটা বিলাহী পিন্ধি লৈছে উৰ্ফিয়ে। ভিডিঅ’টো চাওক-

কেমেৰাৰ সন্মুখত বিলাহী খোৱাই নহয়, কাণফুলিও পিন্ধিলে অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উৰ্ফি জাভেদৰ এই ভিডিঅ’টো। এই ভিডিঅ’টো চাই ব্যৱহাৰকাৰীসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে।

Leave A Reply