Breaking

হিমাচল প্ৰদেশত মুষলধাৰ বৰষুণ, ভূমিস্খলনত ৪০০জন লোকৰ মৃত্যু…

0 55

প্ৰকৃতিৰ কোপদৃষ্টিত হিমাচল প্ৰদেশ। মুষলধাৰ বৰষুণ, ভূমিস্খলনত ৪০০জন লোকৰ মৃত্যু।

আহত ৪০০ৰো অধিক লোক। ২,৫০০তকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত।

১১,০০০তকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত। হিমাচল প্ৰদেশৰ ৰাজহ মন্ত্ৰী জগত সিং নেগীয়ে জনালে এই কথা।

Leave A Reply