Breaking

নবৱৰ্ষৰ প্ৰথমটো দিনতে ভিৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ

0 47

নবৱৰ্ষৰ প্ৰথমটো দিনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ। ক্ৰমে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। ঢেকীয়াপতিয়া বাঘ (Royal Bangal Tiger ) বাবদ এছিয়া মহাদেশত ঘনত্ব দিশত শীৰ্ষত থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰু ওৰাং বাঘ প্ৰকল্প ১২৫ টা ‌গঁড় আৰু ২৪ টা বাঘৰ ওপৰিও হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমি এই ৰাষ্ট্ৰীয় উদ্যানখনত।

নবৱৰ্ষৰ প্ৰথমটো দিনত, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ বিভিন্ন প্ৰান্তৰ লগত দেশৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা পৰ্যটক আহিছে উদ্যান চাবলৈ অৱশ্যে এইবেলি বিদেশী পৰ্যটক অসমৰ গুৱাহাটী , মঙ্গলদৈ, দলগাঁও, ঢেকীয়াজুলি, তেজপুৰ লগতে অন্যান্য প্ৰান্তৰ পৰা পৰিয়াল লগত ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ আহিছিল পৰ্য্যটক সুন্দৰ পৰিবেশৰ মাজত গড় হৰিণা সহ অন্যান্য জন্তু দেখিবলৈ পাই সুখী অনুভৱ কৰিছে পৰ্যটক সকলে।

দলগাৱঁৰ পৰা সঞ্জয় লাহাৰ প্ৰতিবেদন

Leave A Reply