Breaking

GMCHত পুনৰ দালালক আটক ! ১০ জনীয়া এটা চক্ৰই চলাই আহিছিল তেজ দিয়াৰ নামত দালালি…

0 69

GMCHত পুনৰ দালালক আটক। তেজ দিয়াৰ নামত দালালি কৰি আটক শ্বেখ উপাধিৰ এজন।

১০ জনীয়া এটা চক্ৰই চলাই আহিছিল তেজ দিয়াৰ নামত দালালি। ৰোগীৰ আত্মীয়ৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল আটক দালাল শ্বেখে।

GMCH কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক গতাই দিয়ে দালালটোক।

Leave A Reply